সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কামনা-বাসনাত অতি বেছিকৈ লিপ্ত হৈ থকা ব্যক্তি
উদাহরণ : কামুকে জীৱনৰ সুখ শান্তি কাম-বাসনাৰ মাজত হে দেখা পাই
সমার্থক : কামী, বিষয়ী, ভোগী, লম্পট
অর্থ : যাৰ কামবাসনা বহুত
উদাহরণ : তেওঁ এজন ্কামুক ব্যক্তি
সমার্থক : কামপৰবশ, কামবিহ্বল, কামমোহিত, কামাত্মা, কামান্ধ, কামার্ত, কামাসক্ত, কামী, কামীন, বিষয়ী, ভোগী, লম্পট, ্কামাতুৰ, ্কামার্ত্ত, ৰতিপৰায়ণ, ৰতিবিহ্বল, ৰমণাভিলাষী
অর্থ : নীচ মনৰ আৰু নীচ চৰিত্রৰ ব্যক্তি:তেওঁ এক নম্বৰ লম্পট
উদাহরণ :
সমার্থক : খেচেৰা, খেচৰ, চৰিত্রহীন, দুশ্চৰিত্র, বদমাচ, ব্যভিচাৰী, লম্পট, লুচ্ছা
অর্থ : যি ব্যভিচাৰ কৰে
উদাহরণ : আদিবাসীসকলে এজন ব্যভিচাৰী ্কর্ম্্চাৰীক ধৰিলৈ বহুত পিটিলে
সমার্থক : কামী, খেচেৰা, খেচৰ, ব্যভিচাৰী, লম্পট, লুচ্ছা
ইনস্টল