সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
উদাহরণ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
সমার্থক : কলম
অর্থ : প্রতিযোগিতা আদিত বিজেতাক দিয়া পাত্রৰ আকাৰৰ ধাতুৰ নির্মিত বস্তু বিশেষ
উদাহরণ : তেওঁ ্দৌৰ প্রতিযোগিতাত অংশগ্রহণ কৰি ্স্বর্ণ্্কাপ অর্জন কৰিলে
অর্থ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
উদাহরণ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
সমার্থক : কলম, নিজৰি কাপ, পেন, লেখনী
অর্থ : জয়লাভৰ উপলক্ষে দিয়া বস্তু বিশেষ
উদাহরণ : এই কাপটো মই দৌৰ প্রতিযোগিতাত পাইছোঁ
সমার্থক : ট্রফী
অর্থ : চাহ বাকি খাবলৈ ধাতু, মাটি আদিৰে সজা এবিধ সৰু বাচন
উদাহরণ : কাপটো হাতৰ পৰা পৰি ভাগিল
সমার্থক : চষক, পান-পাত্র, পিয়লা, বাটি
ইনস্টল