সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে লাঞ্ছনা পাইছে বা যাৰ কলংক লাগিছে
উদাহরণ : মোহন এজন ব্যক্তি
সমার্থক : কলংকিত, দাগী, লাঞ্ছিত
অর্থ : যি ্ ধর্মানুসৰি পবিত্র নহয়
উদাহরণ : হিন্দুসকলে বিশ্বাস কৰে যে কোনো অপবিত্র স্থানত গংগাজল চটিয়াই দিলে সেই ঠাই পবিত্র হৈ যায়
সমার্থক : অপবিত্র, অপুণ্য, অপৱিত্র, অশুচি, অশুদ্ধ, দুষিত
অর্থ : যিটো পৰিষ্কাৰ নহয় বা যʼত কিবা দোষ দেখা পোৱা যায়
উদাহরণ : স্কুললৈ লেতেৰা কাপোৰ পিন্ধি যাব নালাগে তেওঁৰ মনটো মলিন হৈ আছে
সমার্থক : অনুজ্জ্বল, অপৰিচ্ছন্ন, অপৰিষ্কাৰ, অপৰিষ্কৃত, আবিল, ক্লেদাক্ত, খেহেটা, ঘোলা, নাগলি, নিষ্প্রভ, মলিন, মলিয়ন, লেতেৰ-পেতেৰ, লেতেৰা, লেতেৰা-পেতেৰা
ইনস্টল