সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ডাঙৰ কামত প্রবৃত্ত হোৱাৰ বাবে লগা মনৰ দৃঢ়তা বা যাৰ কাৰণে আমি নি্র্ভয়হৈ কোনো বিপদ আদিৰ মুখামুখি হওঁ
উদাহরণ : সাহস আছে যদি অকলে আহি লগ কৰা
সমার্থক : তাগজ, পিত, সাহ, সাহ-পিত, সাহস, হিম্মত
অর্থ : শৰীৰৰ বিভিন্ন সিৰা-উপসিৰালৈ তেজ চলাচল কৰোৱা বুকুৰ ভিতৰৰ বাওঁ্ফালে থকা এক অৱয়ব:কলিজা জীৱিত প্রাণীৰ এক গুৰুত্বপূর্ণ অংগ
উদাহরণ :
সমার্থক : দিল, মর্ম, হার্ট, হৃদয়
ইনস্টল