সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি উপকৰণেৰে কিবা লিখা হয় যিহৰ দ্বাৰা লিখাৰ কাম কৰা হয়
উদাহরণ : প্রাচীন কালত মৌৰাৰ পাখি কলমৰ ৰূপত ব্যৱহাৰ কৰিছিল
সমার্থক : কাপ
অর্থ : কাগজ আদিত চিঞাহীৰ সংযোগত লিখা উপকৰণ
উদাহরণ : এই কলমটো মোক এজন বন্ধুৱে উপহাৰস্বৰূপে দিছে
সমার্থক : কাপ, নিজৰি কাপ, পেন, লেখনী
অর্থ : কাঠ, ইকৰা আদিৰে তৈয়াৰ কৰা কোনো লেখন উপকৰণ যাক চিয়াহীত ডুবাই-ডুবাই লিখা হয়
উদাহরণ : ছাত্রই ইকৰাৰ কলমেৰে লিখি আছে
সমার্থক : লেখনি
ইনস্টল