সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
উদাহরণ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
সমার্থক : আচ্ছাদক, আচ্ছাদন, আৱৰণ, ঢাকনি
অর্থ : ওপৰত থকা কোনো তৰপ বিশেষ যাৰ তলত কোনো ফল বা জীৱ থাকে
উদাহরণ : বাদামৰ ওপৰত বহুত টান খোলা থাকে
সমার্থক : আৱৰণ, খোলা
অর্থ : লো আদিৰে তৈয়াৰী আৱৰণ, যিয়ে যুদ্ধৰ সময়ত অস্ত্র-শস্ত্রৰ পৰা যুদ্ধাক সুৰক্ষা প্রদান কৰা
উদাহরণ : আক্রমণৰ পৰা ৰক্ষা পাবৰ কাৰণে কবচ ব্যৱহাৰ কৰা হয়
সমার্থক : অংগৰক্ষী
ইনস্টল