সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অভ্যাসৰ কাৰণে লিখিবলৈ ব্যৱহাৰ কৰা কিতাপ আকৃতিৰ উকা কাগজ
উদাহরণ : সকলো ছাত্রৰ লগত প্রতিটো বিষয়ৰ একোখনকৈ বহী থকা উচিত
সমার্থক : খাতা, বহী
অর্থ : কিতাপ বা বাতৰি কাকতৰ নকল
উদাহরণ : প্রতিদিনে বাতৰি কাকতৰ বহু হাজাৰ কপি বিক্রী হয়
অর্থ : লেখা আদিৰ আক্ষৰিক স্বৰূপ
উদাহরণ : পৰীক্ষা প্রমাণ পত্রৰ আৰু এখন প্রতিলিপিৰ কাৰণে বিদ্যালয়ত আবেদন পত্র দিয়া হৈছে
সমার্থক : অনুলিপি, নকল, প্রতিলিপি, প্রতিলেখ
ইনস্টল