সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : খিৰিকি বা দর্জা আদিত লগোৱা কাঠ আদিৰ অংশ যাক চৌকাঠত লগাই খোলা-মেলা কৰা হয়
উদাহরণ : আন্ধাৰৰ কাৰণে খিৰিকিৰ পাল্লাখন খুলি দিয়া হৈছে
সমার্থক : পাল্লা
অর্থ : ভিতৰলৈ সোমাব পৰা বাহিৰলৈ ওলাব পৰা কোনো বন্ধ স্থানৰ এক খোলা অংশ
উদাহরণ : ভিখাৰীজন দুৱাৰত ৰৈ আছে
সমার্থক : দর্জা, দর্জ্জা, দুৱাৰ, দ্বাৰ, দৰজা
ইনস্টল