সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : বেছি কথা কোৱা ব্যক্তি
উদাহরণ : কথকীৰ মাজত মনে মনে থকাই ভাল
সমার্থক : অতিভাষী
অর্থ : বহুত কথা কʼব পৰাজন
উদাহরণ : প্রভুৰ কৃপাত বোবা লোকো কথকী হʼব পাৰে
সমার্থক : অতিভাষী, কথামাত্রসাৰ, চেলেপু, বহুবল্কী, বাকপটু, বাকসর্বস্ব, বৰকথকী, বৰকথীয়া, মুখসর্বস্ব
অর্থ : অদৰকাৰী কথা-বতৰা কওঁ্তাজন
উদাহরণ : ৰামু এজন বহুবল্কী ব্যক্তি
সমার্থক : বহুবল্কী
ইনস্টল