সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো ব্যক্তিৰ কামৰ পৰা বা সম্পত্তি, ব্যাপাৰ আদিৰ পৰা কোনো অধিকাৰীয়ে নিজৰ কাৰণে লোৱা নিয়ত ধন
উদাহরণ : মোগল যুগত শাসক আৰু সামন্তই ভাৰতীয় জনসাধাৰণৰ পৰা বিভিন্ন ধৰণৰ কৰ আদায় কৰিছিল
সমার্থক : কাটল, কৰ, কৰ-কাটল, খাজনা, টেক্স, শুল্ক
অর্থ : খেতি-বাতিৰ মাটিত লগোৱা কৰ
উদাহরণ : জমীদাৰী যুগত খাজনা দিব নোৱাৰা কৃষকৰ খেতি ক্রোক কৰা হৈছিল
সমার্থক : কাটল, কৰ, কৰ-কাটল, খাজনা, খেৰাজ, টেক্স, শুল্ক
ইনস্টল