সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লাগি থকা বা ওপৰৰ বস্তু পৃথক কৰা কার্য
উদাহরণ : কচাইয়ে ছাগলীৰ ছালখন গুচাই আছে
সমার্থক : গুচোৱা
অর্থ : চিলাই, বোৱনী আদিৰ সূতা পৃথক কৰা
উদাহরণ : সীমাই চেলোৱাৰৰ চিলনি খুলিছে
সমার্থক : খোলা
অর্থ : চিলাই আদি এৰাই যোৱা
উদাহরণ : এই পেন্টটোৰ চিলাই মুকলি হʼল
সমার্থক : খুলি যোৱা, মুকলি হোৱা
ইনস্টল