সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : ব্যৱহাৰ কৰি বা কোনো অন্য কাৰণবশতঃ এৰা পদার্থ
উদাহরণ : বেচেৰী বিধৱাজনীয়ে গোটেই জীৱন এৰেহাহে পায় থাকিল
সমার্থক : উচিছষ্ট, পৰিত্যক্ত
অর্থ : কাৰোবাৰ কাৰণে বাঢ়ি দিয়া আহাৰ খোৱাৰ পিছত ৰৈ যোৱা অংশ
উদাহরণ : এৰেহা খাদ্য খাব নালাগে
সমার্থক : উচ্ছিষ্ট, চুৱা, জোঠা
ইনস্টল