সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰো সৈতে নথকা
উদাহরণ : তেওঁ ঘৰত অকলে আছে
সমার্থক : অকলে, খালী
অর্থ : যাৰ লগত কোনো নাই বা নাথাকে
উদাহরণ : তেওঁ অকলশৰীয়া জীৱন কটাই আছে
সমার্থক : অকলকতীয়া, অকলশৰীয়া, নিমূৰ-মূৰা, নিসংগ
ইনস্টল