সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সঞ্চিত বা একত্রিত কৰা
উদাহরণ : তেওঁ ঘৰ ্সাজিবৰ কাৰণে অতি কষ্ট কৰি এটা এটাকৈ পইচা গোটাইছে
সমার্থক : গোটোৱা, জমা কৰা, সংগ্রহ কৰা, সঞ্চিত কৰা
অর্থ : বিচ্ছুৰিত বা সিঁচৰতি হৈ থকা বস্তুবোৰক কোনো এক ঠাইলৈ অনা বা একগোট কৰা
উদাহরণ : খেতিয়কে সিঁচৰতি হৈ থকা শস্যবোৰ গোটালে
সমার্থক : একগোট কৰা, গোটোৱা
ইনস্টল