সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : লক্ষ্যত উপনীত হʼবলৈ কৰা কাম বা চেষ্টা
উদাহরণ : এই কামটো সহজতে হʼবৰ বাবে কিবা এটা উপায় কওক
সমার্থক : পথ, পন্থা, মার্গ, ্সাধন
অর্থ : সন্মুখলৈ অহা দুটাতকৈ অধিক এনেকুৱা কথা বা কাম যাৰ ভিতৰত যিকোনো এটাকহে নিজৰ কাৰণে গ্রহণ কৰা হয়
উদাহরণ : ৰোগীজনক বেলেগ হস্পিতেললৈ নিয়াৰ বাহিৰে কোনো উপায় নাছিল
সমার্থক : বিপল্প
অর্থ : কোনো কামত আহুকাল বা জটিলতা নথকা যি অৱস্থা:মণ্ডপৰ চকীবোৰ অতিথিৰ সুবিধা হোৱাকৈ সজাই থৈছে
উদাহরণ :
সমার্থক : চল, দাও, বাট, সুচল, সুবিধা, সুযোগ, সুযোগ-সুবিধা
ইনস্টল