সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যোগ্যতা সন্মান আদি সূচোৱা শ্্ব্দ যাক কোনো নামৰ লগত লগোৱা হয়
উদাহরণ : শ্যামক ডক্টৰেট উপাধিৰে সন্মানিত কৰা হʼল
সমার্থক : খিতাপ, পদবী
অর্থ : শিক্ষাৰ ক্ষেত্রত লাভ কৰা উপাধি
উদাহরণ : তেখেতক আচার্য শিক্ষা-সন্মানেৰে সন্মানিত কৰা হʼল
সমার্থক : বিদ্যা-উপাধি, শিক্ষা-সন্মান
অর্থ : কোনো ব্যক্তিৰ আচল নামৰ পিচত থাকি বংশ, পৰিয়াল, পেছা আদি সূচোৱা এক বিশেষ শ্্ব্দ
উদাহরণ : মোহনে নিজৰ নামৰ লগত উপাধি নিলিখে
সমার্থক : উপনাম, পদবী, বংশনাম
ইনস্টল