সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কোনো কাম কৰিবৰ বাবে সমর্থ
উদাহরণ : এই কামটোৰ কাৰণে এজন যোগ্য ব্যক্তিৰ আৱশ্যক চাকৰিটোৰ বাবে উপযুক্ত প্রার্থী নির্বাচিত নহʼল
সমার্থক : উচিত, ঠিক, যথাযথ, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমর্থ, সমীচীন, সমুচিত, ্ যথাযোগ্য
অর্থ : কোনো কথা বা কাম শুদ্ধভাৱে কৰা:মন্ত্রীজনে উচিত কথা কোৱাত সাংবাদিকসকল নিশ্চুপ হৈ ৰʼল
উদাহরণ :
সমার্থক : উচিত, ঠিক, যথাযোগ্য, যথার্থ, যথোচিত, যুগুত, যোগ্য, সংগত, সমীচীন, সমুচিত, হক, ্ যথাযথ
অর্থ : সকলো দৃষ্টিৰে সকলো ৰূপতে উচিত
উদাহরণ : মন্ত্রী মহোদয় থাকিবৰ উপযুক্ত ব্যৱস্থা কৰি তোলা হৈছে
সমার্থক : উচিত, যোগ্য, সমুচিত
অর্থ : যেনে হোৱা উচিত তেনেধৰণৰ
উদাহরণ : এই কথাটো মোৰ উচিত যেন লগা নাই
সমার্থক : উচিত, ঠিক, যোগ্য, সঠিক
অর্থ : কিবা পোৱা বা লোৱাৰ যোগ্য
উদাহরণ : তেওঁ ্মাৰ খোৱাৰ যোগ্য
সমার্থক : যোগ্য
ইনস্টল