সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : হিত কথা বা কাম কৰিবলৈ কোৱা কার্য
উদাহরণ : গীতাত ভগৱান কৃষ্ণই দিয়া উপদেশ সমগ্র মানৱ সমাজৰ কাৰণে মঙ্গলজনক
সমার্থক : শিক্ষা
অর্থ : শিকোৱা বা শিকা কোনো হিতকাৰী কথা
উদাহরণ : সদায় সত্যৰেই যে জয় হয় এই শিক্ষা আমাৰ মহাকাব্যবোৰৰ পৰা পোৱা যায়
সমার্থক : জ্ঞান, বুজনি, শিকনি, শিক্ষা
ইনস্টল