সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাক সন্তুষ্ট বা প্রসন্ন কৰি ৰাখিবৰ কাৰণে দিয়া ধন
উদাহরণ : উৎকোচ পোৱাৰ লগে লগে বিষয়াজনে কামটো সোনকালে কৰি তোলে
সমার্থক : উৎকোচ
অর্থ : কাৰোবাক কিবা দি নিজৰ ফলীয়া কৰা কাৰ্য
উদাহরণ : বিনা পাৰিতোষিকেৰে চৰকাৰী কাৰ্যালয়ত কোনো কাম নহয়
সমার্থক : পাৰিতোষিক, ভেটি
অর্থ : কাৰোবাক বুজাই বঢ়াই নিজৰ অনুকূল কৰি কোনো কাৰ্যক প্ৰেৰিত কৰা কাৰ্য
উদাহরণ : চৰকাৰী কাৰ্যালয়ত উপঢৌকনেৰে কাম সমাধা হয়
ইনস্টল