সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ সহায়ত কোনো কাম সমাধা কৰা হয়
উদাহরণ : কুঠাৰ এবিধ সাধাৰণ সঁজুলি
সমার্থক : যতন, সঁজুলি, সাধন, হাতিয়াৰ, হাথিয়াৰ
অর্থ : কোনো বস্তু সাজিবলৈ বা কোনো কামত ব্যৱহৃত বস্তু
উদাহরণ : তেওঁ ্ বজাৰৰ পৰা নিজৰ লʼৰা-ছোৱালীৰ কাৰণে বিভিন্ন ধৰণৰ খেলা সামগ্রী কিনিলে
সমার্থক : সাধন, সামগ্রী
ইনস্টল