সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রাকৃতিক ৰূপত ৰাজহুৱা সম্পত্তি হিচাপে সুৰক্ষিত ৰখা মাটিৰ এক অংশ
উদাহরণ : এই ৰাষ্ট্রীয় উদ্যানখনত দুষ্প্রাপ্য বনৰীয়া জন্তু দেখিবলৈ পোৱা যায়
সমার্থক : অভয়াৰণ্য, সংৰক্ষিত বন, সংৰক্ষিত বনাঞ্চল
অর্থ : ফল, ফুল বা মূল্যবান গছ-গছনি আদি নিয়াৰিকৈ ৰুই থোৱা স্থান:লʼৰা-ছোৱালীবোৰে বাগিচাত মধুৰিআম পাৰি আছিল
উদাহরণ :
সমার্থক : কানন, বাগ, বাগান, বাগিচা
ইনস্টল