সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রথমতে কোনোৱে ভাবি নোপোৱা বা নবনোৱা কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰ কৰি উলিওৱা কার্য
উদাহরণ : কম্পিউটাৰৰ আৱিষ্কাৰে সমাজলৈ আমূল পৰিৱ্্র্তন আনিলে
সমার্থক : আৱিষ্কাৰ
অর্থ : কোনো নতুন ধৰণৰ কাম কৰা কার্য
উদাহরণ : তেওঁৰ সৃষ্টি কৰাত উৎসাহ আছে
সমার্থক : নি্র্মাণ, সৃষ্টি
ইনস্টল