সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সন্তুষ্ট হৈ কাৰোবাক কোনো বস্তু বা দ্রৱ্য দিয়া
উদাহরণ : ৰজাই নর্তকীক মনে-বিচৰা বকচিচ দিলে
সমার্থক : পাৰিতোষিক, পুৰস্কাৰ, বকচিচ
অর্থ : কোনো কামৰ স্বীকৃতি স্বৰূপে দিয়া সন্মান বা বস্তু আদি
উদাহরণ : স্বাধীনতা দিৱস উপলক্ষে সকলো বিদ্যালয়তে পুৰস্কাৰ দিয়া হয়
সমার্থক : পুৰস্কাৰ, বঁট্া
ইনস্টল