সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : প্রথমতে কোনোৱে ভাবি নোপোৱা বা নবনোৱা কোনো নতুন বস্তু তৈয়াৰ কৰা বা নতুন কথা বিচাৰ কৰি উলিওৱা কার্য
উদাহরণ : কম্পিউটাৰৰ আৱিষ্কাৰে সমাজলৈ আমূল পৰিৱ্্র্তন আনিলে
সমার্থক : উদ্ভাৱন
অর্থ : কোনো বস্তু কʼত কেনেকৈ আছে সেইয়া চাবৰ কাৰণে বা পাবলৈ বিচাৰ কৰা কার্য
উদাহরণ : কলম্বাছে আমেৰিকাৰ আৱিষ্কাৰ কৰিছিল
সমার্থক : খোজ, সন্ধান
ইনস্টল