সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাক বন্ধা হৈছে
উদাহরণ : ৰামচৰিত মানসত তুলসীদাসে দোহা-চতুষ্পদীৰ ৰচনা আৱদ্ধ ছন্দত কৰিছে
সমার্থক : অমুক্ত, নিৱদ্ধ
অর্থ : আৱদ্ধ হৈ থকা
উদাহরণ : পিঞ্জৰাৰ চৰাইবোৰৰ আৱদ্ধ স্থিতি দেখি পুতৌ হয়
সমার্থক : বন্ধ
অর্থ : যিটো ওলাব-সোমাব নোৱাৰা হৈ থাকে বা পথত বাধাৰ সৃষ্টি হয়
উদাহরণ : সৌ বন্ধ নলাটো চাফা কৰি আছে
সমার্থক : অৱৰুদ্ধ, অৱৰোধিত, নিৰুদ্ধ, বন্ধ, বাধাগ্রস্ত, ৰুদ্ধ
ইনস্টল