সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আৰৱৰ ভাষা
উদাহরণ : এই কিতাপখন আৰৱীত লিখা আছে
সমার্থক : আৰৱী ভাষা, আৰৱী-ভাষা
অর্থ : আৰৱ দেশৰ অধিবাসী
উদাহরণ : ভালেমান আৰৱী মোৰ ভাল বন্ধু
সমার্থক : আৰৱ বাসী, আৰৱ-বাসী, আৰৱবাসী
অর্থ : যি লিপিত আৰৱী আদি ভাষা লিখা হয়
উদাহরণ : তেওঁ আৰৱী পঢ়িবলৈ শিকিলে
সমার্থক : আৰৱী লিপি
অর্থ : আৰৱৰ
উদাহরণ : এই হোটেলখনত আৰৱী ব্যঞ্জনৰ সোৱাদ লʼব পাৰিব
ইনস্টল