সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম, কথা আদিৰ আৰম্ভণ
উদাহরণ : পণ্ডিতজনে পূজা আৰম্ভ কৰিলে
সমার্থক : চুৰু কৰা, সূত্রপাত কৰা
অর্থ : কোনো আৰম্ভণি হোৱা
উদাহরণ : আমেৰিকাই ইৰাকৰ লগত যুদ্ধ আৰম্ভ কৰিলে
সমার্থক : সূত্রপাত ঘটা
অর্থ : কথা আদিৰ আৰম্ভ কৰা
উদাহরণ : কথাই কথাই তেওঁ মনোজৰ বিয়াৰ কথা উলিয়ালে
সমার্থক : উলিওৱা
ইনস্টল