সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি প্রেমত আসক্ত
উদাহরণ : প্রেমাসক্ত পুৰুৰবাৰ কাৰণে উর্বশীয়ে স্বর্গ এৰি পৃথিৱীলৈ আহিছিল
সমার্থক : অনুৰক্ত, অনুৰাগী, প্রেমাসক্ত
অর্থ : যি কিহবাৰ প্রতি অত্যধিক অনুৰক্ত
উদাহরণ : সংসাৰৰ বস্তুবোৰে মানুহৰ মনক আসক্ত কৰি ক্ষণিকৰ বাবেহে সুখ প্রদান কৰে
সমার্থক : মুগ্ধ, মোহাবিষ্ট, মোহিত, ৰক্ত
ইনস্টল