সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ আবাস নাই
উদাহরণ : সৰযু নদীত হোৱা ডাঙৰ বানপানীয়ে হাজাৰ হাজাৰ লোকক আশ্রয়হীন কৰিলে
সমার্থক : আবাসহীন, গৃহবিহীন, গৃহহাৰা, গৃহহীন, ঘৰ-বাৰীহীন, ঘৰহীন, থাকিবলৈ ঠাই নাইকিয়া-
অর্থ : যিজনক সহায় কৰিবলৈ কোনো নাই
উদাহরণ : সুৰেন্দ্রদেৱে অসহায় লোকক সহায় কৰি থাকে
সমার্থক : অনাথ, অনাশ্রিত, অসহায়, নিঃসহায়, নিৰাশ্রয়, সম্বলহীন
অর্থ : যিয়ে কʼতো আশ্রয় পোৱা নাই
উদাহরণ : এই সংস্থাটোৱে নিৰাশ্রয়ী লোকক আশ্রয় প্রদান কৰে
সমার্থক : অনাশ্রিত, নিৰাশ্রয়ী
ইনস্টল