সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ আপোন লোকৰ সৈতে সম্বন্ধ বা সম্পর্ক আছে
উদাহরণ : আত্মীয়ৰ আগত কি লুকুৱাবা, আপুনিটো সকলো খবৰ জানে
সমার্থক : আত্মীয়, আত্মীয়-স্বজন
অর্থ : বহুত ওচৰৰ বা বহুত কাষৰ
উদাহরণ : ৰাম মোৰ ঘনিষ্ঠ বন্ধু ৰাম আৰু শ্যামৰ মাজত অন্তৰঙ্গ বন্ধুত্ব আছে
সমার্থক : অন্তৰংগ, অন্তৰঙ্গ, অন্যতম, গাঢ়, ঘনিষ্ঠ, নলে-গলে লগা, সনা-পিঠা, সহৃদয়
অর্থ : যি সম্বন্ধত নিজৰ কূলৰ অথবা পৰিয়ালৰ হয়
উদাহরণ : মনোহৰজী মোৰ আপোন খুৰা
সমার্থক : আত্মীয়, পৰিজন, স্বজন
ইনস্টল