সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পোহৰ নাই বা পোহৰৰ অভাৱ
উদাহরণ : বেলি ডুব যোৱাৰ লগে লগে চাৰিওফালে আন্ধাৰ বিয়পি পৰিল
সমার্থক : অন্ধকাৰ, আন্ধাৰি, আন্ধিয়াৰি, আলোকশূন্যতা, আলোকহীনতা, এন্ধাৰ, তমিস্রা, তিমিৰ, শর্বৰ
অর্থ : আন্ধাৰেৰে ভৰা
উদাহরণ : ভাদ মাহৰ আন্ধাৰ ৰাতি কৃষ্ণৰ জন্ম হৈছিল
সমার্থক : অন্ধকাৰ, অন্ধকাৰপূর্ণ, অন্ধকাৰাচ্ছন্ন, ঘনান্ধকাৰ, তমসাচ্ছন্ন, তমসাবৃত, তিমিৰাচ্ছান্ন, তিমিৰাবৃত, ্অন্ধকাৰাবৃত
ইনস্টল