সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিয়ে প্রসন্নতা লাভ কৰিছে
উদাহরণ : মনোজে পদোন্নতিৰ খবৰ শুনাবৰ কাৰণে প্রফুল্ল মনেৰে ঘৰ পালেগৈ
সমার্থক : আনন্দ বিহ্বল, আনন্দময়, আনন্দময়ী, আহ্লাদিত, উত্রাৱল, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, উৰুলিকৃত, প্রফুল্ল, প্রফুল্লিত, সন্তুষ্ট, হৃষ্ট
অর্থ : যিজনৰ মন আনন্দেৰে ভৰি পৰিছে:আনন্দিত হৈ থকা ব্যক্তিয়ে যিকোনো কাম ভাল ধৰণে কৰিব পাৰে
উদাহরণ :
সমার্থক : আনন্দ-বিহ্বল, আনন্দময়, আনন্দময়ী, আহ্লাদিত, উল্লসিত, উৎফুল্ল, উৎফুল্লিত, প্রফুল্ল, প্রফুল্লিত, প্রসন্ন, সন্তুষ্ট, হৃষ্ট
অর্থ : যিহৰ মনোৰঞ্জন হৈছে
উদাহরণ : শিশু অভিনেতাসকলে দেখুওৱা নাটক চাই সকলো আনন্দিত হʼল
সমার্থক : আহ্লাদিত, প্রহ্লাদিত, মনোৰঞ্জিত
ইনস্টল