সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
উদাহরণ : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
সমার্থক : অনুজ্ঞা, অনুমতি, আজ্ঞা
অর্থ : (ডাঙৰে সৰুক) অমুক কার্য এনেদৰেহে হোৱা উচিত বুলি কোৱা কার্য
উদাহরণ : তেওঁ শিক্ষকৰ নির্দেশ অনুসৰি কাম কৰি সফল হʼল
সমার্থক : অনুজ্ঞা, আজ্ঞা, দিহা, দিহা-পোহা, দিহা-যুগুতি, দেশনা, নির্দেশ, নির্দে্শনা, ফৰমাচ, ফৰমান, হুকুম
অর্থ : ডাঙৰে সৰুক কোনো কামৰ কাৰণে কোৱা কার্য
উদাহরণ : ডাঙৰৰ আজ্ঞা পালন কৰা উচিত
সমার্থক : অনুজ্ঞা, আজ্ঞা, হুকুম
ইনস্টল