সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : এবিধ উদ্ভিদৰ চনচনীয়া আৰু জ্বলা সোৱাদৰ গাঁঠি থকা মূল
উদাহরণ : আদা ঔষধ আৰু মছলা হিচাপে ব্যৱহাৰ কৰা হয়
অর্থ : মছলা হিচাপে ব্যৱহাৰ কৰা ঠেঙুলি থকা কন্দৰ এবিধ ঔষধি উদ্ভিদ আৰু যাৰ সোৱাদ জ্বলা
উদাহরণ : আদাৰ মূল স্বাস্থ্যৰ কাৰণে ভাল
সমার্থক : আদাৰ গছ
অর্থ : শুকুৱাই থোৱা আদা:শুকান আদা স্বাস্থ্যৰ কাৰণে ভাল
উদাহরণ :
সমার্থক : আদা-গুড়ি, শুকান আদা
ইনস্টল