সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যি কাৰোবাক হত্যা কৰিছে
উদাহরণ : এই মোকর্দ্্মাত সকলো হত্যাকাৰী ব্যক্তিক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি বিহা হʼল
সমার্থক : অপঘাতক, অপঘাতী, খুনী, ঘাতক, নিহন্তা, প্রাণহন্তা, প্রাণহন্ত্রী, বধকর্ত্তা, বধকাৰী, বিনাশক, মাৰক, সংহাৰক, হত্যাকাৰী, হননকাৰী, হন্তাৰক, হন্ত্রী, ্বধকর্তা
অর্থ : যিয়ে হিংসা কৰে
উদাহরণ : আজিকালিৰ মানুহবোৰ হিংসুক হৈ গৈ আছে
সমার্থক : নৃশংস, বর্বৰ, হিংসাপৰায়ণ, হিংসুক, হিংস্র
ইনস্টল