সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সেই ঠাই বা সেই ঠাইৰ সৈতে সম্বন্ধিত
উদাহরণ : এইখন বেণাৰসৰ এখন স্থানীয় বাতৰি-কাকত
সমার্থক : স্থানীয়
অর্থ : যʼত পোৱা যায় সেই ঠাইত জন্ম হোৱা বা উৎপন্ন হোৱা
উদাহরণ : উটপক্ষী অষ্ট্রেলিয়াৰ স্থানীয় চৰাই
সমার্থক : থলুৱা, দেশজ, দেশজাত, দেশী, দেশীয়, মূল, স্থানীয়
অর্থ : কোনো ক্ষেত্রৰ বা ক্ষেত্রৰ সৈতে সম্বন্ধিত
উদাহরণ : আমাৰ বিদ্যালয়ত আঞ্চলিক ক্রীড়া প্রতিযোগিতাৰ আয়োজন কৰা হৈছে
সমার্থক : ক্ষেত্রীয়
ইনস্টল