সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুক ওপৰৰ পৰা বা চাৰিওফালৰ পৰা আৱৰি ৰখা বস্তু
উদাহরণ : ঢাকনীৰ কাৰণে বস্তু সুৰক্ষিত হৈ থাকে
সমার্থক : আৱৰণ, ঢাকনী, ্সাঁফৰ
অর্থ : যিহেৰে কোনো বস্তু আদি ঢাকি থোৱা হয় বা ঢাকিবৰ কাৰণে ব্যৱহাৰ কৰা বস্তু
উদাহরণ : আচ্ছাদকৰ বস্তু সুৰক্ষিত হৈ থাকে
সমার্থক : আচ্ছাদক, আৱৰণ, কবচ, ঢাকনি
ইনস্টল