সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : পুৰুষক মোহিত কৰিবৰ কাৰণে স্ত্রীসকলে কৰা মনোমোহা চেষ্টা
উদাহরণ : শীলাৰ ৰেহৰূপত প্রভাৱিত হৈয়েই বিনোদে তেওঁক বিবাহ কৰিলে
সমার্থক : গঢ়-গতি, চাল-চলন, ৰেহৰূপ
অর্থ : দৈনন্দিন জীৱনত কৰা কার্য ্ বা ব্যৱহাৰ
উদাহরণ : সকলোৱে তেওঁৰ চৰিত্রৰ প্রশংসা কৰে
সমার্থক : আচাৰ, আচাৰ-আচৰণ, আচৰণ, চাল-চলন, চৰিত্র, ঢং, স্বভাৱ, স্বভাৱ-চৰিত্র
ইনস্টল