সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আঙুলিত পিন্ধা এবিধ ঘূৰণীয়া আকাৰৰ অলংকাৰ
উদাহরণ : শ্যামে সোঁহাতৰ পাঁচোটা আঙুলিতে আঙঠি পিন্ধিছে
সমার্থক : আঙঠি, আঙ্গঠি, আঙ্গুষ্ঠি, আঙ্গুৰী
অর্থ : শিকলিৰ ৰচীৰ এক অংশ
উদাহরণ : শিকলিৰ আঙুঠি চিগি বলদটোৱে খেতিৰ ফালে দৌৰিলে
সমার্থক : খাৰু
ইনস্টল