সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কাৰোবাৰ সন্মুখ বা উপস্থিতিত
উদাহরণ : অপৰাধীটো দণ্ডাধীশৰ সন্মুখত হাজিৰ হʼল
সমার্থক : সন্মুখত
অর্থ : সকলোতকৈ আগত........
উদাহরণ : পথপ্রদর্শকজনে আমাক বাট দেখুৱাবলৈ আগে আগে গৈ আছিল
সমার্থক : আগে আগে, সকলোতকৈ আগত
অর্থ : যি আহি পাইছে
উদাহরণ : সমাগত লোকসকলক স্বাগতম জনাওক
সমার্থক : উপস্থিত, উপাগত, সমাগত, হাজিৰ
ইনস্টল