সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : সঠিক বা উপযুক্ত নোহোৱা সময়
উদাহরণ : তেওঁ ধৈর্য ধৰি জীৱনলে অহা আকালৰ সন্মুখীন হʼল
সমার্থক : দুঃসময়
অর্থ : খাবলৈ নাপায় ভোকত মৰাৰ দৰে হোৱা অৱস্থা
উদাহরণ : অকস্মাৎ অহা বিপদৰ কাৰণে বহুতো গঞা দুর্ভিক্ষৰ কৱলত পৰিল
সমার্থক : অনাটন, অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
অর্থ : খাদ্য সামগ্রীৰ নাটনি হোৱা সময়
উদাহরণ : আকাল দূৰীকৰণৰ বাবে চৰকাৰে এখন নতুন আঁচনি প্রস্তুত কৰিছে
সমার্থক : অন্নকষ্ট, অন্নাভাৱ, খাদ্যাভাৱ, দুর্ভিক্ষ
ইনস্টল