সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : আঁৰ কৰিবলৈ বিশেষকৈ দুৱাৰ-খিৰিকিত ওলোমাই ৰখা কাপোৰ
উদাহরণ : তেওঁৰ দুৱ্াৰত এখন উৱলি যোৱা পর্দা লগাই থৈছে
সমার্থক : আঁৰ-ক্াপোৰ, চিক, ঢাপলিকা, পর্দা, পর্দ্দা
অর্থ : সন্মুখৰ বস্তু দেখা নোপোৱা এক ধৰণৰ বাধা
উদাহরণ : ৰামে বালীক গছৰ ্আঁৰৰ ্পৰা মাৰিলে
অর্থ : দুটা বিন্দুৰ মাজত থকা স্থান বা সময়
উদাহরণ : কামৰ ফাঁকত তেওঁ ঘৰলৈ গʼল
সমার্থক : অন্তৰাল, গেপ, ফাঁক, ব্যৱধান
ইনস্টল