সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো বস্তুৰ পৰা কোনো অংশ আঁতৰ হৈ পৰা
উদাহরণ : শিমলু গছৰ ফল শুকাই যোৱাৰ লগে লগে ফাটি যায়
সমার্থক : আঁ্তৰা, ফটা, ফাটি যোৱা
অর্থ : নিজৰ অধিকাৰ, প্রভুত্ব আদিৰ পৰা আঁতৰি অহা কার্য
উদাহরণ : ৰজাই ৰাজ-সিংহাসন এৰি দিলে মিছা আৰোপ লগোৱাৰ কাৰণে সঞ্চালকে নিজৰ পদবীৰ পৰা আঁতৰি গʼল
সমার্থক : এৰা, এৰি দিয়া, ত্যাগ কৰা
অর্থ : দূৰ হোৱা
উদাহরণ : ডাৱৰ আঁতৰি গʼল
সমার্থক : আঁ্তৰা
ইনস্টল