সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : জীৱন ধাৰণ কৰা কার্য:কৃষ্ণৰ জন্ম মথুৰাত হৈছিল
উদাহরণ :
সমার্থক : আৱির্ভাৱ, উদ্ভৱ, উপজনন, উৎপত্তি, ওপজা, জগা, জনম, জন্ম, দেহধাৰণ, পয়দা, ভূমিষ্ঠ, সংবৃত্তি, সম্ভৱ
অর্থ : দেৱতাসকলৰ অৱতাৰ গ্রহণ কৰা ৰূপ
উদাহরণ : ভগৱান বিষ্ণুৰ চৌবিশ অৱতাৰৰ ভিতৰত ৰামো এজন
অর্থ : পোন-প্রথম অস্তিত্ব ধাৰণ কৰা কার্য ্বা উৎপন্ন হোৱা কার্য ্বা ভাব
উদাহরণ : সর্বপ্রথম পৃথিৱীত এককোষীয় জীৱৰ জন্ম হৈছিল
সমার্থক : অভ্যুদয়, আবি্র্ভাৱ, আৱি্র্ভাৱ, উদ্ভৱ, উদয়, উপজনন, উৎপত্তি, জন্ম
অর্থ : কোনো বিশেষ উদ্দেশ্যেৰে দেৱতা আদিৰ সংসাৰী প্রাণীৰ শৰীৰত পৃথিৱীলৈ আগমন
উদাহরণ : ত্রেতাযুগত ভগৱান ৰামৰ অৱতাৰ হৈছিল
ইনস্টল