সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিটো ৰুচিকৰ নহয়
উদাহরণ : অৰুচিকৰ কাম কৰা উচিত নহয়
সমার্থক : অপ্রিয়, অপ্রীতিকৰ
অর্থ : যিটো ৰুচিপূর্ণ নহয়
উদাহরণ : এইটো আপোনাৰ কাৰণে অৰুচিকৰ কাহিনী হৈছে যদিও মই ইয়াত আনন্দ পাইছোঁ
সমার্থক : অসাৰ, নীৰস, ৰসহীন, ৰুচিহীন
অর্থ : যিটোক খাবলৈ ইচ্ছা নাথাকে
উদাহরণ : অৰুচিকৰ হʼলেও কিছুমান পুষ্টিকৰ খাদ্য খাব লাগে
সমার্থক : উপাদেয় নোহোৱা, জিভাত নলগা, জুতি নলগা, মুখত নলগা, সোৱাদ নলগা
ইনস্টল