সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : অভিমান কৰা ব্যক্তি
উদাহরণ : মই সেই অভিমানীৰ ্ছাঁটোৰ পৰাও দূৰত থাকিব বিচাৰো
সমার্থক : অভিমানী, অহঙ্কাৰী, দম্ভী, ্গর্বী
অর্থ : অহংকাৰ দেখুৱাওতা
উদাহরণ : তেওঁ ্ইমান অহংকাৰী যে কথাই পাতিবলৈয়ো মন নকৰে
সমার্থক : গঙাটোপ, দম্ভী, দাম্ভিক, ্মদগর্বী
অর্থ : যি অভিমান, দর্প, ্ অহংকাৰ আদিৰে ভৰি আছে:অহংকাৰী মানুহ সমাজৰ কলংক স্বৰূপ
উদাহরণ :
সমার্থক : ্ গর্বী, ্ দর্পী
অর্থ : নিজকে নিজে ডাঙৰ বুলি ভবা লোক
উদাহরণ : অহংকাৰী মানুহে আনৰ প্রশংসা শুনিব নোৱাৰে
সমার্থক : আত্ম-প্রশংসক
ইনস্টল