সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যাৰ প্রভাৱ বা ফলস্বৰূপে কোনো কাম হয়
উদাহরণ : এই কাজিয়াখনৰ কাৰণ কি ্ধোঁৱা জুইৰ কাৰণে ওলায়
সমার্থক : কাৰক, কাৰণ, নিমিত্ত, মূল, হেতু
অর্থ : সোণ-ৰূপ বা অন্য মূল্যবান সম্পদ আদি:ধনৰ সদ্-ব্যৱহাৰ কৰিব লাগে
উদাহরণ :
সমার্থক : অর্থ-কড়ি, টকা-কড়ি, টকা-সিকা, দৌলত, ধন, ধন-দৌলত, ধন-বিত, ধন-সম্পত্তি, ধন-সোণ, বিত, বিত্ত, বৈভৱ, লক্ষ্মী, ্ ঐশ্বর্য, ্ ঐশ্বর্য-বিভূতি, ্ টকা-পইচা
অর্থ : কোনো শ্্ব্দ, পদ বা বাক্য আদিৰ পৰা ওলোৱা অভিধা অর্থ ্যাৰ বোধ জন্মাবৰ কাৰণে কোনো শ্্ব্দ বা পদ মানুহৰ মাজত প্রচলিত হয়
উদাহরণ : কেতিয়াবা কেতিয়াবা সুৰদাসৰ পদৰ অর্থ উলিওৱা জটিল হৈ পৰে
সমার্থক : মতলব, ্তাৎপর্য, ্ভাব
ইনস্টল