সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : যিজন বিচলিত নহয়
উদাহরণ : অবিচলিত লোকে নিজৰ লক্ষ্যত সহজেই উপনীত হয়
সমার্থক : অবিচলিত, স্থিৰ
অর্থ : যি সিদ্ধান্ত সলনি নহয়
উদাহরণ : পিতামহ ভীষ্মই বিয়া নাপাতো বুলি দৃঢ় প্রতিজ্ঞা কৰিলে তেওঁৰ নিজৰ সিদ্ধান্তত অটল
সমার্থক : অটল, একনিষ্ঠ, একাগ্র, দৃঢ়, নিমগ্ন, স্থিৰ
অর্থ : যি নিজৰ ঠাইৰপৰা আঁতৰিব নোৱাৰে বা যাৰ গতি নাই
উদাহরণ : পাহাৰ-পর্বত স্থিৰ
সমার্থক : অচল, অচৰ, অটল, অলৰ, অলৰ-অচৰ, গতিহীন, থিৰ, দৃঢ়, নিশ্চল, স্থাণু, স্থিতিশীল, স্থিৰ
ইনস্টল