সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : মনোযোগ দি চোৱা কার্য
উদাহরণ : শিক্ষার্থীয়ে গৱেষণাগাৰত অন্বেষণ কৰি আছে
অর্থ : কোনো বিষয়ৰ ভালদৰে অনুশীলন কৰি সেই সম্পর্কে নতুন কথা বা তথ্যৰ বিচাৰ কৰা কার্য
উদাহরণ : ৰবট বৈজ্ঞানিকৰ গৱেষণাৰ ফল
সমার্থক : অনুসন্ধান, এষণা, গৱেষণা
অর্থ : কোনো বিষয়ৰ তথ্য সম্বন্ধে চালিজাৰি চোৱা কার্য
উদাহরণ : তহচিলদাৰে গাঁওখনৰ তদন্ত কৰিবলৈ আহি আছে
সমার্থক : অনুসন্ধান, তদন্ত, বিচাৰ, বুজ
ইনস্টল