সদস্য হতে চায়
পৃষ্ঠার ঠিকানাটি ক্লিপবোর্ডে অনুলিপি করা হয়েছে।
অর্থ : কোনো কাম কৰাৰ আগতে সেই সম্পর্কে ্আজ্ঞাৰ ৰূপত জ্যেষ্ঠজনৰ পৰা লোৱা স্বীকৃতি
উদাহরণ : ডাঙৰৰ অনুমতি অবিহনে কোনো কাম কৰা উচিত নহয়
সমার্থক : অনুজ্ঞা, আজ্ঞা, আদেশ
অর্থ : স্বীকাৰ কৰাৰ কার্য ্ বা ভাব
উদাহরণ : ভাৰত চৰকাৰে এই যোজনাটো আৰম্ভ কৰাৰ কাৰণে অনুমতি প্রদান কৰিছে
সমার্থক : মঞ্জুৰি
ইনস্টল